অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব
From Wikipedia, the free encyclopedia
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব, বা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ এছচি, (চমুকৈ এ এছ ই বি এছচি নামেৰে পৰিচিত) হৈছে অসমৰ গুৱাহাটীৰ এটি অন্যতম আগশাৰীৰ ফুটবল ক্লাব। এই ক্লাবে গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ, বৰদলৈ ট্ৰফী, এ.টি.পি.এ. শ্বিল্ড, স্বাধীনতা দিৱস কাপ ইত্যাদি অসমৰ বৃহৎ প্ৰতিযোগিতা সমূহত নিয়মীয়াকৈ অংশগ্ৰহণ কৰে।
ক্ষিপ্ৰ তথ্য সম্পূৰ্ণ নাম, উপনাম ...
সম্পূৰ্ণ নাম | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব | ||
---|---|---|---|
উপনাম | বিদ্যুৎ পৰিষদ | ||
সংক্ষিপ্ত নাম | এ এছ ই বি এছচি | ||
প্ৰতিষ্ঠা | ১৯৭৫; ৪৯ বছৰ আগতে (1975) | ||
খেলপথাৰ | নেহৰু ষ্টেডিয়াম, গুৱাহাটী, অসম (আসন: ১৫,০০০) | ||
গৰাকী | অসম শক্তি বিতৰণ কোম্পানী লিমিটেড অসম বিদ্যুৎ সংবহন নিগম লিমিটেড অসম শক্তি উৎপাদন নিগম লিমিটেড | ||
মুখ্য প্ৰশিক্ষক | গণেশ ৰায় | ||
লীগ | গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগ | ||
|
বন্ধ কৰক