আয়তক্ষেত্ৰ
From Wikipedia, the free encyclopedia
আয়তক্ষেত্ৰ (ইংৰাজী: Rectangle) হৈছে এক চতুৰ্ভুজ যিটোৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আৰু অভ্যন্তৰৰ প্ৰত্যেকটো কোণেই একো একো সমকোণ।[1][2]
এই জ্যামিতি সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
আয়তক্ষেত্ৰ | |
---|---|
প্ৰকাৰ | quadrilateral, parallelogram, orthotope |
বাহু আৰু শীৰ্ষ | ৪ |
Schläfli symbol | {}×{} |
Coxeter–Dynkin diagrams | |
Symmetry group | D2, [2], (*22) |
Dual polygon | ৰম্বাছ |
বৈশিষ্ট | convex, isogonal, cyclic |
এই সংজ্ঞাৰ পৰা দেখা যায় আয়তৰ দুই যোৰা সমান্তৰাল বাহু আছে, যাৰ অৰ্থ আয়তক্ষেত্ৰ এটি সামান্তৰিক। বৰ্গক্ষেত্ৰ এটি বিশেষ ধৰণৰ আয়তক্ষেত্ৰ যাৰ চাৰিটা বাহুৰ দৈৰ্ঘ্য সমান; ইয়াৰ অৰ্থ বৰ্গ একে সময়তে এক আয়তক্ষেত্ৰ আৰু ৰম্বাছ।
দুটি বিপৰীত সমান্তৰাল যোৰা মাজত যিটো বেছি দীঘল তাৰ দৈৰ্ঘ্যক আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য আৰু সৰু যোৰা বাহুক আয়তক্ষেত্ৰৰ প্ৰস্থ বোলা হয়। আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল হৈছে দৈৰ্ঘ্য আৰু প্ৰস্থৰ গুণফল। সংকেতত প্ৰকাশ কৰিলে । উদাহৰণস্বৰূপে ৫ একক দৈৰ্ঘ্য আৰু ৪ একক প্ৰস্থৰ আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল ২০ বৰ্গ একক: ।
আয়তক্ষেত্ৰৰ পৰিসীমা নিৰ্ণয়ৰ সূত্ৰ হৈছে । সেই অনুসৰি 5 cm দৈঘ্য আৰু 4cm প্ৰস্থৰ আয়তটোৰ পৰিসীমা হ'ব