কাৰ্ত্তিক পূৰ্ণিমা
From Wikipedia, the free encyclopedia
কাৰ্ত্তিক পূৰ্ণিমা (ইংৰাজী: Kartik Purnima) হ'ল হিন্দু, শিখ আৰু জৈন ধৰ্মৰ এটি সাংস্কৃতিক উৎসৱ, যিটো পূৰ্ণিমা বা কাতিৰ পোন্ধৰতম চান্দ্ৰ দিনত (নৱেম্বৰ-ডিচেম্বৰ) অনুষ্ঠিত হয়। এই উৎসৱক ত্ৰিপুৰী পূৰ্ণিমা বা ত্ৰিপুৰাৰী পূৰ্ণিমা বুলিও কোৱা হয়। ইয়াক কেতিয়াবা দেৱতাৰ পোহৰৰ উৎসৱ দেৱ-দীৱালী বা দেৱ-দীপাৱলী বুলিও কোৱা হয়। দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত অন্য দিনত অনুষ্ঠিত কাৰ্ত্তিকা দীপম হ'ল এটি এই ধৰণৰ অনুষ্ঠান।
ক্ষিপ্ৰ তথ্য কাৰ্ত্তিক পূৰ্ণিমা, অন্য নাম ...
কাৰ্ত্তিক পূৰ্ণিমা | |
---|---|
কাৰ্ত্তিক পূৰ্ণিমা: নৱেম্বৰ ২৮, ২০১২ | |
অন্য নাম | ত্ৰিপুৰী, ত্ৰিপুৰাৰী পূৰ্ণিমা, দেৱ-দিৱালী, দেৱ-দিপাৱলী |
পালন কৰে | হিন্দু আৰু জৈন |
প্ৰকাৰ | হিন্দু |
তাৰিখ | কাৰ্ত্তিক পূৰ্ণিমা |
আচাৰ | পুষ্কৰ হ্ৰদত অনুষ্ঠিত প্ৰাৰ্থনা আৰু পাৰম্পৰিক বিধি, বিষ্ণু আৰু হৰিহৰণলৈ পূজা, পুষ্কৰ হ্ৰদত স্নান আৰু ব্ৰহ্মালৈ পূজা |
সম্পৰ্কিত | বৈকুণ্ঠ চতুৰ্দশী |
বন্ধ কৰক