কৃষ্ণচূড়া
From Wikipedia, the free encyclopedia
কৃষ্ণচূড়া এক বৃক্ষ জাতীয় উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Delonix regia। এই গছ চমৎকাৰ পত্ৰ-পল্লৱ আৰু জুইৰ দৰে ৰঙা কৃষ্ণচূড়া ফুলৰ বাবে প্ৰসিদ্ধ। ই Fabaceae পৰিয়ালৰ অন্তৰ্ভুক্ত। কৃষ্ণচূড়াক গুলমোহৰ বুলিও কোৱা হয়।[1]।
ক্ষিপ্ৰ তথ্য কৃষ্ণচূড়া Delonix regia, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
কৃষ্ণচূড়া Delonix regia | |
---|---|
কৃ্ষ্ণচূড়া ফুল | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
বিভাগ: | Magnoliophyta |
শ্ৰেণী: | Magnoliopsida |
বৰ্গ: | Fabales |
পৰিয়াল: | Fabaceae |
উপপৰিয়াল: | Caesalpinioideae |
গোত্ৰ: | Caesalpinieae |
গণ: | Delonix |
প্ৰজাতি: | D. regia |
বৈজ্ঞানিক নাম | |
Delonix regia (Boj. ex Hook.) Raf. |
বন্ধ কৰক