চেপেটা কৃমি
From Wikipedia, the free encyclopedia
চেপেটা কৃমি (ইংৰাজী: Flatworm; (বৈজ্ঞানিক নাম: Platyhelminthes)) শব্দটো গ্ৰীক শব্দ Platys অৰ্থাৎ Flat বা চেপেটা আৰু Helminths অৰ্থাৎ Worm বা কৃমি বা কীটৰ পৰা আহৰণ কৰা হৈছে। ই হৈছে অমেৰুদণ্ডী প্ৰাণীৰ এটা পৰ্ব।