জেনিফাৰ ডাউডনা
আমেৰিকান জৈৱ ৰাসায়নবিদ / From Wikipedia, the free encyclopedia
জেনিফাৰ এনি ডাউডনা (ইংৰাজী: Jennifer Anne Doudna; জন্ম ১৯ ফেব্ৰুৱাৰী, ১৯৬৪)[1] এগৰাকী আমেৰিকান জৈৱ ৰসায়নবিদ যি 'CRISPR জিন সম্পাদনা'-ত কৰা অগ্ৰণী কামৰ বাবে প্ৰখ্যাত, আৰু ইয়াৰ বাবে তেওঁ ইমানুৱেল চাৰ্পেণ্টিয়েৰ সৈতে ৰসায়ন বিজ্ঞানত ২০২০ চনৰ ন'বেল বঁটা লাভ কৰে। তেওঁ বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ আণৱিক আৰু কোষীয় জীৱবিজ্ঞান বিভাগৰ লগতে ৰসায়ন বিজ্ঞান বিভাগৰ লী কা শিং চেঞ্চেলৰ পদৰ অধ্যাপক।[2]
ক্ষিপ্ৰ তথ্য জেনিফাৰ ডাউডনা, জন্ম ...
জেনিফাৰ ডাউডনা | |
---|---|
জন্ম | জেনিফাৰ এনি ডাউডনা ১৯ ফেব্ৰুৱাৰী, ১৯৬৪ (৬০ বছৰ) ৱাশ্বিংটন ডি.চি., আমেৰিকা যুক্তৰাষ্ট্ৰ |
ক্ষেত্ৰ | জৈৱ ৰসায়ন CRISPR-Cas আৰএনএ বায়ল'জি জিনীয় সম্পাদনা |
কৰ্মস্থান | পোমনা মহাবিদ্যালয় কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়,বাৰ্কলে য়েল বিশ্ববিদ্যালয় গ্লেডষ্টন ইনষ্টিটিউটছ কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়,ছান ফ্ৰান্সিস্ক' |
ডক্তৰেল পৰামৰ্শদাতা | Jack Szostak |
আন শৈক্ষিক পৰামৰ্শদাতা | থমাছ কেচ |
জনা যায় |
|
প্ৰভাৱান্বিত কৰিছে | Rachel Haurwitz |
উল্লেখনীয় বঁটা |
|
দাম্পত্যসঙ্গী | জেমি কেইট |
বন্ধ কৰক