![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/c4/Niger_river_at_Koulikoro.jpg/640px-Niger_river_at_Koulikoro.jpg&w=640&q=50)
নাইজাৰ নদী
From Wikipedia, the free encyclopedia
নাইজাৰ নদী (/ˈnaɪdʒər/ ny-jər; ফৰাচী: (le) fleuve Niger, উচ্চাৰণ: [(lə) flœv niʒɛʁ]) পশ্চিম আফ্ৰিকাৰ এখন প্ৰধান নদী৷ ইয়াৰ দৈৰ্ঘ্য 4,180 km (2,600 মাইল)৷ ইয়াৰ অপবাহ দ্ৰোণী (drainage basin) 21,17,700 বৰ্গ কি.মি. (8,17,600 বৰ্গ মাইল) জুৰি বিস্তৃত হৈ আছে ৷[3] এই নদীৰ উৎস হৈছে গিনিৰ পৰ্বতাঞ্চল (Guinea Highlands) ৷ এই নদী মালি (Mali), নাইজাৰ (Niger) আৰু নাইজেৰিয়া (Nigeria)ৰ মাজেৰে প্ৰবাহিত হৈ আটলান্টিক মহাসাগৰত পৰিছেগৈ ৷ নাইজাৰ নদী নীলনদী আৰু কংগো নদীৰ পিছতে আফ্ৰিকাৰ তৃতীয় সৰ্বোচ্চ দৈৰ্ঘ্যৰ নদী৷ ইয়াৰ প্ৰধান উপনৈখনৰ নাম বেনু নদী (Benue River)৷
ক্ষিপ্ৰ তথ্য দেশসমূহ, চহৰসমূহ ...
নাইজাৰ নদী Fleuve Niger (Joliba, Orimiri, Isa Ber, Oya, gher n gheren) | |
The Niger at Koulikoro, Mali. | |
Name origin: Unknown. Likely From Berber for River gher | |
দেশসমূহ | Guinea, Mali, Niger, Benin, Nigeria |
---|---|
উপনৈ | |
- বাঁওদিশত | Sokoto River, Kaduna River, Benue River |
- সোঁদিশত | Bani River |
চহৰসমূহ | Tembakounda, Bamako, Timbuktu, Niamey, Lokoja, Onitsha |
উৎস | Guinea Highlands |
মোহনা | Atlantic Ocean |
- অৱস্থান | Gulf of Guinea, Nigeria |
দৈৰ্ঘ্য | ৪,১৮০ কিমি (২,৫৯৭ মাইল) |
অৱবাহিকা | ২১,১৭,৭০০ বৰ্গকিমি (৮,১৭,৬৪৯ বৰ্গমাইল) |
প্ৰবাহ | for Niger Delta |
- গড় | ৫,৫৮৯ ঘনমিটাৰ/ছেকেণ্ড (১,৯৭,৩৭৪ ঘনফুট/ছেকেণ্ড) [1] |
- সৰ্বোচ্চ | ২৭,৬০০ ঘনমিটাৰ/ছেকেণ্ড (৯,৭৪,৬৮৫ ঘনফুট/ছেকেণ্ড) [2] |
- সৰ্বনিম্ন | ৫০০ ঘনমিটাৰ/ছেকেণ্ড (১৭,৬৫৭ ঘনফুট/ছেকেণ্ড) |
বন্ধ কৰক