ফুলটোকা চৰাই
এবিধ চৰাই প্ৰজাতি / From Wikipedia, the free encyclopedia
ফুলটোকা চৰাই (ইংৰাজী: Scarlet-backed Flowerpecker, বৈজ্ঞানিক নাম-Dicaeum cruentatum) পেচ্চেৰিফৰমিছ বৰ্গৰ আৰু 'Dicaeidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি। এই চৰাইবিধৰ মতা আৰু মাইকী চৰাই দুটা দেখাত বেলেগ হয়। এই চৰাইবিধ দক্ষিণ আৰু পূব এছীয়াৰ বনাঞ্চল তথা উদ্যান সমূহত দেখিবলৈ পোৱা যায়।
ক্ষিপ্ৰ তথ্য ফুলটোকা চৰাই (Scarlet-backed Flowerpecker), সংৰক্ষণ স্থিতি ...
ফুলটোকা চৰাই (Scarlet-backed Flowerpecker) | |
---|---|
Male | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Dicaeidae |
গণ: | Dicaeum |
প্ৰজাতি: | D. cruentatum |
বৈজ্ঞানিক নাম | |
Dicaeum cruentatum (Linnaeus, 1758) |
বন্ধ কৰক