ফৈজ আহমদ ফৈজ
From Wikipedia, the free encyclopedia
ফৈজ আহমদ ফৈজ (ইংৰাজী: Faiz Ahmad Faiz; ১৩ ফেব্ৰুৱাৰী ১৯১১ – ২০ নৱেম্বৰ ১৯৮৪)[1] এগৰাকী পাকিস্তানী কবি আৰু পাঞ্জাৱী আৰু উৰ্দু সাহিত্যৰ সাহিত্যকাৰ। ফৈজ তেওঁৰ সময়ৰ আটাইতকৈ প্ৰসিদ্ধ, জনপ্ৰিয় আৰু প্ৰভাৱশালী উৰ্দু লেখকসকলৰ মাজৰ এগৰাকী আছিল। তেওঁৰ কাম আৰু ধাৰণাসমূহ আজিও পাকিস্তানকে ধৰি অন্যান্য ঠাইত ব্যাপকভাৱে প্ৰভাৱশালী হৈ আছে।[2] কেৱল এগাৰাকী সাহিত্যকাৰেই নহয়; ফৈজ আছিল একাধাৰে এগৰকী শিক্ষক, সামৰিক বিষয়া, সাংবাদিক, ট্ৰেড ইউনিয়নিষ্ট তথা সম্প্ৰচাৰক (ব্ৰডকাষ্টাৰ)।[3]
ক্ষিপ্ৰ তথ্য ফৈজ আহমদ ফৈজ নিচান-এ-ইমতিয়াজ, লেনিন পিচ প্ৰাইজ, মেম্বাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ, স্থানীয় নাম ...
ফৈজ আহমদ ফৈজ নিচান-এ-ইমতিয়াজ, লেনিন পিচ প্ৰাইজ, মেম্বাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ | |||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|
স্থানীয় নাম | فیض. احمد فیض | ||||||||||
জন্ম | ১৩ ফেব্ৰুৱাৰী, ১৯১১ নাৰোৱাল, শিয়ালকোট, পঞ্জাৱ প্ৰভিনেন্স, ব্ৰিটিছ ভাৰত | ||||||||||
মৃত্যু | ২০ নৱেম্বৰ, ১৯৮৪ (৭৩ বছৰ) লাহোৰ, পঞ্জাৱ, পাকিস্তান | ||||||||||
সমাধিস্থল | মডেল টাউন কবৰস্থান, লাহোৰ | ||||||||||
ৰাষ্ট্ৰীয়তা |
| ||||||||||
শিক্ষা | আৰৱী সাহিত্য (স্নাতক), স্নাতকোত্তৰ ইংৰাজী সাহিত্য (স্নাতকোত্তৰ) | ||||||||||
শিক্ষানুষ্ঠান |
| ||||||||||
পেচা |
| ||||||||||
সক্ৰিয় হৈ থকা সময় | ১৯৩৫-১৯৮৪ | ||||||||||
ৰাজনৈতিক দল | কমিউনিষ্ট পাৰ্টি অৱ পাকিস্তান | ||||||||||
অপৰাধৰ শাস্তি | ৪ বছৰ কাৰাবাস | ||||||||||
দাম্পত্যসঙ্গী | এলিয়াজ ফেইজ (বি. ১৯৪১) | ||||||||||
সন্তান |
| ||||||||||
আত্মীয়-স্বজন | চোৱেইব হাচমি (জোঁৱাই) | ||||||||||
বঁটা, সন্মান, পুৰস্কাৰ আদি | |||||||||||
| |||||||||||
ৱেবছাইট | |||||||||||
faizfoundationtrust |
বন্ধ কৰক