ভাৰতৰ ৰেল পৰিবহণৰ ইতিহাস
From Wikipedia, the free encyclopedia
ভাৰতৰ ৰেল পৰিবহণৰ ইতিহাস আৰম্ভ হৈছিল ঊনৈশ শতিকাৰ মাজভাগৰ পৰা। ১৮৪৯ চনত ভাৰতত এক কিলোমটাৰো ৰেলপথ নাছিল। ১৯২৯ চনলৈ দেশৰ বেছিভাগ জিলা সামৰি ৪১,০০০ মাইল ৰেলপথ বহুওৱা হৈছিল। সেই সময়ৰ হিচাপত ৰেলৱেৰ মূলধন আছিল ৬৮৭ মিলিয়ন ষ্টাৰ্লিং। [1]