ভেলক্ৰ'From Wikipedia, the free encyclopedia ভেলক্ৰ' (ইংৰাজী: velcro) শব্দটো দুটা ফৰাচী শব্দ "Velours" (অৰ্থ - ভেলভেট) আৰু "Crocne" (অৰ্থ - ধৰি ৰখা) পৰা আহিছে। ১৯৪১ চনত ছুইছ অভিযন্তা জৰ্জ ডি মেষ্ট্ৰালে (George de Mestral) এই পদ্ধতি আবিষ্কাৰ কৰিছিল আৰু ১৯৫৫চনত তেওঁ ভেলক্ৰৰ পেটেণ্ট কৰিছিল।[1] ভেলক্ৰ' হুকভেলক্ৰ' লুপ
ভেলক্ৰ' (ইংৰাজী: velcro) শব্দটো দুটা ফৰাচী শব্দ "Velours" (অৰ্থ - ভেলভেট) আৰু "Crocne" (অৰ্থ - ধৰি ৰখা) পৰা আহিছে। ১৯৪১ চনত ছুইছ অভিযন্তা জৰ্জ ডি মেষ্ট্ৰালে (George de Mestral) এই পদ্ধতি আবিষ্কাৰ কৰিছিল আৰু ১৯৫৫চনত তেওঁ ভেলক্ৰৰ পেটেণ্ট কৰিছিল।[1] ভেলক্ৰ' হুকভেলক্ৰ' লুপ