সত্যৱতী
satyabati / From Wikipedia, the free encyclopedia
সত্যৱতী বা মৎস্যগন্ধা (ইংৰাজী: Satyavati; সংস্কৃত: सत्यवती ) আছিল কুৰুৰাজ শান্তনুৰ পত্নী, ব্যাস (পৰাশৰৰ সৈতে), চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য্যৰ (শান্তনুৰ সৈতে) মাতৃ।[1][2]
ক্ষিপ্ৰ তথ্য সত্যৱতী, তথ্য ...
সত্যৱতী | |
---|---|
মহাভাৰতৰ চৰিত্ৰ | |
তথ্য | |
পৰিয়াল | উপৰিসৰা বসু (পিতৃ) দাসৰাজ (পালিত পিতৃ) |
দাম্পত্যসঙ্গী | শান্তনু |
সন্তান | বেদব্যাস, চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য্য |
বন্ধ কৰক