সুনীতা উইলিয়ামছ
From Wikipedia, the free encyclopedia
সুনীতা লীন উইলিয়ামছ (ইংৰাজী: Sunita Lyn Williams ; জন্ম ১৯ ছেপ্টেম্বৰ ১৯৬৫) এগৰাকী আমেৰিকান মহাকাশচাৰী আৰু যুক্তৰাষ্ট্ৰৰ নৌসেনা বিষয়া। এগৰাকী মহিলা হিচাপে তেওঁ বেছি সংখ্যক আৰু বেছি সময় মহাকাশ ভ্ৰমণ ৰেকৰ্ডৰ অধিকাৰী। তেওঁ সাতবাৰকৈ মুঠ ৫০ ঘণ্টা ৪০ মিনিট মহাকাশ ভ্ৰমণ কৰিছিল। উইলিয়ামছক এক্সপিডিচন-১৪ আৰু এক্সপিডিচন-১৫ ৰ সদস্য হিচাপে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত নিযুক্তি দিয়া হৈছিল। 2012 চনত, তেওঁ এক্সপিডিচন-৩২ত ফ্লাইট ইঞ্জিনিয়াৰ আৰু তাৰ পিছত এক্সপিডিচন-33ত কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে।[1][2][3]
ক্ষিপ্ৰ তথ্য সুনীতা উইলিয়ামছ, নাছা মহাকাশচাৰী ...
সুনীতা উইলিয়ামছ | |
---|---|
নাছা মহাকাশচাৰী | |
পদমৰ্যাদা | সক্ৰিয় |
জন্ম | ১৯ ছেপ্টেম্বৰ, ১৯৬৫ (৫৮ বছৰ) ইউক্লিড, ওহিঅ’, যুক্তৰাষ্ট্ৰ |
অন্য পেছা | টেষ্ট পাইলট |
স্থান | কেপ্টেইন |
নিৰ্বাচন | নাছা মহাকাশচাৰী দল-১৭ |
অভিযানৰ প্ৰতীক |
বন্ধ কৰক