স্কট কেলি
আমেৰিকান মহাকাশচাৰী, অভিযন্তা / From Wikipedia, the free encyclopedia
স্কট যোচেফ কেলি (ইংৰাজী: Scott Joseph Kelly; জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯৬৪) হ’ল ক্ৰমে এজন অভিযন্তা, এজন অৱসৰপ্ৰাপ্ত আমেৰিকান মহাকাশচাৰী আৰু আমেৰিকা নৌসেনা বাহিনীৰ এজন অৱসৰপ্ৰাপ্ত সেনাপতি। ১৯৬৪ চনৰ ২১ ফেব্ৰুৱাৰীত নিউ জাৰ্ছিৰ অৰেঞ্জত তেওঁৰ একেধৰণৰ যমজ ভাতৃ মাৰ্কৰ সৈতে স্কট কেলিৰ জন্ম হয় পেট্ৰিচিয়া (মেকএভয়) আৰু ৰিচাৰ্ড কেলিৰ ঘৰত। কেলিৰ পৰিয়ালটো পশ্চিম অৰেঞ্জত বাস কৰিছিল, য’ত তেওঁৰ পিতৃ-মাতৃয়ে আৰক্ষী বিষয়া হিচাপে কাম কৰিছিল। অভিজ্ঞ মহাকাশচাৰী স্কট কেলিয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (International Space Centre, চমুকৈ ISS) ক্ৰমে অভিযান ২৬, ৪৫ আৰু ৪৬ৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।
ক্ষিপ্ৰ তথ্য স্কট কেলি, নাছা মহাকাশচাৰী ...
স্কট কেলি | |
---|---|
নাছা মহাকাশচাৰী | |
জাতীয়তা | আমেৰিকান |
পদমৰ্যাদা | অৱসৰপ্ৰপ্ত |
জন্ম | ২১ ফেব্ৰুৱাৰী, ১৯৬৪ (৫৯ বছৰ) অৰেঞ্জ, নিউ জাৰ্ছী, আমেৰিকা |
স্থান | আমেৰিকা নৌসেনা বাহিনীৰ সেনাপতি |
মহাকাশত কটোৱা সময় | ৫২০ দিন আৰু ১০ ঘণ্টা |
নিৰ্বাচন | নাছা মহাকাশচাৰী গোট ১৬, ১৯৯৬ |
সৰ্বমুঠ EVA | ৩ |
সৰ্বমুঠ EVA সময় | ১৮ ঘণ্টা আৰু ২০ মিনিট |
অভিযান | STS-103, STS-118, Soyuz TMA-01M (অভিযান ২৫/২৬), Soyuz TMA-16M/Soyuz TMA-18M (অভিযান ৪৩/৪৪/৪৫/৪৬) |
অভিযানৰ প্ৰতীক |
বন্ধ কৰক