হাল্ক (চৰিত্ৰ)
From Wikipedia, the free encyclopedia
হাল্ক (ইংৰাজী: Hulk) হৈছে মাৰ্ভেল কমিক্সৰ দ্বাৰা প্ৰকাশিত আমেৰিকান কমিক বুকৰ এজন মহানায়ক। লেখক ষ্টেন লি আৰু শিল্পী জেক কিৰ্বিয়ে সৃষ্টি কৰা এই চৰিত্ৰটো প্ৰথমবাৰৰ বাবে দ্য ইনক্ৰিডিবল হাল্ক (১৯৬২) কমিকৰ প্ৰথম খণ্ডত চিত্ৰায়িত কৰা হৈছিল। তেওঁৰ কমিক বুকত “ডিছ’চিয়েটিভ আইডেণ্টিটি ডিছঅৰ্ডাৰ” (dissociative identity disorder, DID) থকা এই চৰিত্ৰটো মূলতঃ সেউজীয়া চালৰ, সীমাহীন শাৰীৰিক শক্তিৰ অধিকাৰী এজন পেশীবহুল ব্যক্তি যি এজন শাৰীৰিকভাৱে দুৰ্বল, সামাজিকভাৱে আঁতৰি থকা আৰু আৱেগিকভাৱে সংৰক্ষিত পদাৰ্থবিজ্ঞানী ৰবাৰ্ট ব্ৰুচ বেনাৰৰ চৰিত্ৰক প্ৰতিনিধিত্ব কৰে।
ক্ষিপ্ৰ তথ্য ব্ৰুচ বেনাৰ হাল্ক, প্ৰকাশক ...
ব্ৰুচ বেনাৰ হাল্ক | |
---|---|
হাল্কৰ প্ৰতিমূৰ্তি | |
প্ৰকাশক | মাৰ্ভেল কমিক্স |
আত্মপ্ৰকাশ | দ্য ইনক্ৰিডিবল হাল্ক ১ম খণ্ড (মে’ ১৯৬২) |
স্ৰষ্টা | ষ্টেন লী জেক কিৰ্বি |
কাহিনীৰ ভিতৰুৱা তথ্য | |
Full name |
|
প্ৰকাৰ/প্ৰজাতি | মানৱ মিউটেট[2] |
সম্পৰ্কিত গোট | এভেঞ্জাৰছ ডিফেণ্ডাৰ হৰ্ছমেন অৱ এপ’কেলিপ্স ফেণ্টাষ্টিক ফ’ৰ[3] পান্থেয়ন ৱাৰবাউণ্ড S.M.A.S.H. ছিক্ৰেট এভেঞ্জাৰ |
লগৰীয়া | ছি-হাল্ক |
বন্ধ কৰক