বুৰুণ্ডী
From Wikipedia, the free encyclopedia
বুৰুণ্ডি, আনুষ্ঠানিকভাৱে বুৰুণ্ডি গণৰাজ্য, আফ্ৰিকান গ্ৰেট লেকঅঞ্চল আৰু পূব আফ্ৰিকাৰ মাজৰ সংযোগস্থলত গ্ৰেট ৰিফ্ট উপত্যকাৰ এখন স্থলবেষ্টিত দেশ। ইয়াৰ সীমা উত্তৰে ৰৱাণ্ডা, পূব আৰু দক্ষিণ-পূবত টাঞ্জানিয়া আৰু পশ্চিমে কংগো গণতান্ত্ৰিক গণৰাজ্য; ইয়াৰ দক্ষিণ-পশ্চিম সীমান্তত টাঙ্গানিকা হ্ৰদ অৱস্থিত। ৰাজধানী চহৰ গিটেগা আৰু বুজুম্বুৰা, বুজুম্বুৰা দেশৰ আটাইতকৈ ডাঙৰ চহৰ।