ব্ৰাহ্মী লিপি
এটা প্ৰাচীন লিখন ব্যৱস্থা / From Wikipedia, the free encyclopedia
ব্ৰাহ্মী লিপি এটা প্ৰাচীন লিখন ব্যৱস্থাৰ নাম। ইয়াৰ সমসাময়িক লিপি হ'ল আফগানিস্তান আৰু পাকিস্তানত ব্যৱহৃত খৰোষ্টী লিপি। ব্ৰাহ্মী লিপি হ'ল ধ্বনিগত বৰ্ণমালা লিপি, য’ত স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ পৃথক।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |