হিড়িম্বী
মহাভাৰতৰ চৰিত্ৰ / From Wikipedia, the free encyclopedia
মহাভাৰতৰ এই চৰিত্ৰটোৰ ভাতৃজনৰ বাবে, হিড়িম্ব চাওক।
হিড়িম্বী বা হিড়িম্বা (ইংৰাজী: Hiḍimbī/Hiḍimbā, সংস্কৃত: हिडिम्बी/हिडिम्बा ) পাণ্ডৱ ভীমৰ পত্নী আৰু মহাভাৰতৰ মহান যোদ্ধা বীৰ ঘটোৎকচ মাতৃ আছিল। তেওঁ আদি পৰ্বৰ নৱম উপ-পৰ্ব (হিড়িম্বা-বধ পৰ্বত)-ত ভীমক লগ পায়। তেওঁক ভূটনদেৱী (সংস্কৃত: भुटनदेवी ) বা পল্লৱী (সংস্কৃত: पल्लवी ) বুলিও উল্লেখ কৰা হয়।
ক্ষিপ্ৰ তথ্য হিড়িম্বী, সম্পৰ্ক ...
হিড়িম্বী | |
---|---|
ৰাজা ৰবি বৰ্মাই অঙ্কন কৰা ভীম আৰু হিড়িম্বী চিত্ৰ। | |
সম্পৰ্ক | ৰাক্ষস, দেৱী |
নিবাস | কাম্যকা বন |
সঙ্গী | ভীম |
সহোদৰ | হিড়িম্ব |
সন্তান | ঘটোৎকচ |
হিন্দু পাঠ্য | মহাভাৰত |
বন্ধ কৰক