ৱিকিপিডিয়া:একত্ৰিতকৰণ
From Wikipedia, the free encyclopedia
প্ৰধান প্ৰৱন্ধ: ৱিকিপিডিয়াৰ প্ৰতিলিপি
ৱিকিপ্ৰকল্পৰ বাবে, ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প একত্ৰিতকৰণ চাওক।
এই পৃষ্ঠাটো প্ৰৱন্ধৰ একত্ৰিতকৰণৰ বিষয়ে। শ্ৰেণী একত্ৰিতকৰণৰ বাবে ৱিকিপিডিয়া:শ্ৰেণী সম্পৰ্কীয় কাৰ্যসমূহ চাওক।
"ৱিকিপিডিয়া:DA" আৰু "ৱিকিপিডিয়া:নকল প্ৰৱন্ধ"ক ইয়ালৈ পুনঃনিৰ্দেশিত কৰা হৈছে। প্ৰতিলিপিযুক্ত প্ৰৱন্ধসমূহৰ বাবে ৱিকিপিডিয়া:Content forking চাওক। বহুদিনধৰি সম্পাদনা নোহোৱা প্ৰৱন্ধৰ তালিকাৰ বাবে, ৱিকিপিডিয়া:DUSTY চাওক।
সংক্ষেপে এই পৃষ্ঠাখন:
|
অধিক তথ্য চমুপথ: WP:MERGE ...
এইখন এখন তথ্য পৃষ্ঠা, ইয়াত ৱিকিপিডিয়া ব্যৱহাৰ আৰু অৰ্হতা সমন্ধীয় কিছু সমজুৱা তথ্য বৰ্ণনা কৰা হৈছে। যিহেতু ই নিজে কোনো নীতি আৰু নিৰ্দেশনা নহয়, সেয়ে অন্য ৱিকিপিডিয়া নীতি আৰু নিয়মসমূহৰ জৰিয়তে নিশ্চিত হবলৈ উপদেশ দিয়া হ'ল। যদি অন্য কোনো নীতি সম্পৰ্কীয় পৃষ্ঠাৰ লগত এই পৃষ্ঠাৰ অমিল দেখা পাইছে, তেন্তে অনুগ্ৰহ কৰি আমাক অৱগত কৰাওক। |
|
বন্ধ কৰক
একত্ৰিতকৰণ এটা অ-স্বয়ংক্ৰিয় পদ্ধতি যাৰ দ্বাৰা দুই বা তাতোধিক পৃষ্ঠাৰ সমলবোৰ একেটা পৃষ্ঠাতে একত্ৰিত কৰা হয়। ইয়াৰ ফলত যিবোৰ পৃষ্ঠাৰ সমল প্ৰতিলিপি কৰা হৈছে, সেই উৎস পৃষ্ঠাৰ পৰা লক্ষ্য পৃষ্ঠালৈ এটা পুনঃনিৰ্দেশনাৰ সৃষ্টি হয়।
তলত উল্লেখিতবোৰ প্ৰস্তাৱ কৰিবলৈ আলোচনা পদ্ধতি ব্যৱহাৰ নকৰিব:
- শ্ৰেণী একত্ৰিতকৰণ: শ্ৰেণী একত্ৰিতকাৰী সকলে আলোচনাৰ বাবে শ্ৰেণীসমূহ চাব পাৰে, ইয়াৰ বাবে সুকীয়া সাঁচ {{cfm}} ব্যৱহাৰ কৰা হয়।
- ইতিহাস একত্ৰিতকৰণ: এই পদ্ধতিৰ দ্বাৰা ইতিহাস একত্ৰিতকৰণ কৰিব নোৱাৰি। বিশদ বিৱৰণৰ বাবে ইতিহাস একত্ৰিতকৰণ চাওক।
- সাঁচ একত্ৰিতকৰণ: একত্ৰিতকৰণৰ বাবে সাঁচসমূহ আলোচনাৰ বাবে সাঁচসমূহত অনুৰোধ কৰা উচিত, ইয়াৰ বাবে সুকীয়া সাঁচ {{tfm}} ব্যৱহাৰ কৰা হয়।