অতনু দাস
From Wikipedia, the free encyclopedia
অতনু দাস (ইংৰাজী: Atanu Das; জন্ম: ৫ এপ্ৰিল ১৯৯২) হৈছে এজন ভাৰতীয় ধনুৰ্বিদ।[1] তেওঁ আৰ্চাৰীৰ ল'ৰাৰ একক, দলগত ৰিকাৰ্ভ আৰু মিশ্ৰ ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ ২০০৮ চনত প্ৰথম আন্তৰ্জাতিক খেলত অংশগ্ৰহণ কৰিছিল।[2] বৰ্তমান বিশ্ব আৰ্চাৰীত তেওঁৰ ২২ তম স্থান দখল কৰি আছে।[3] ২০২০ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে।[4]
ক্ষিপ্ৰ তথ্য অতনু দাস, ব্যক্তিগত তথ্যাৱলী ...
অতনু দাস | ||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | |||||||||||||||||||||||||||||||||
জন্ম | ৫ এপ্ৰিল, ১৯৯২ (৩২ বছৰ) পশ্চিমবংগ, ভাৰত | |||||||||||||||||||||||||||||||||
ক্ৰীড়া | ||||||||||||||||||||||||||||||||||
ক্ৰীড়া | আৰ্চাৰী | |||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক