অবলা বসু
ভাৰতীয় শিক্ষাবিদ / From Wikipedia, the free encyclopedia
অবলা বসু (ইংৰাজী: Abala Bose, ৮ আগষ্ট ১৮৬৫ – ২৫ এপ্ৰিল ১৯৫১) এগৰাকী ভাৰতীয় সামাজিক কৰ্মী আছিল। নাৰীশিক্ষা আৰু বিধৱাসকলক কল্যাণৰ বাবে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।[1] তেওঁ বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ পত্নী।
ক্ষিপ্ৰ তথ্য অবলা বসু, জন্ম ...
অবলা বসু | |
---|---|
জন্ম | ৮ এপ্ৰিল, ১৮৬৪ বড়িশাল, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান বাংলাদেশ) |
মৃত্যু | ২৫ এপ্ৰিল, ১৯৫১ (৮৭ বছৰ) কলকাতা, পশ্চিম বংগ, ভাৰত |
পেচা | সমাজ সেৱা |
দাম্পত্যসঙ্গী | জগদীশ চন্দ্ৰ বসু |
বন্ধ কৰক