ক'ফি আন্নান
From Wikipedia, the free encyclopedia
ক'ফি আন্নান (ইংৰাজী: Kofi Annan) ঘানাৰ এজন কূটনীতিবিদ আছিল যি ১৯৯৭ চনৰ জানুৱাৰীৰ পৰা ২০০৬ চনৰ ডিচেম্বৰলৈ ৰাষ্ট্ৰসংঘৰ সপ্তম মহাসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1] আন্নান আৰু ৰাষ্ট্ৰসংঘই যুটীয়াভাবে ২০০১ চনৰ শান্তিৰ ন'বেল বঁটা লাভ কৰিছিল।[2] তেওঁ ক'ফি আন্নান ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ হোৱাৰ লগতে নেলছন মেণ্ডেলাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা আন্তঃৰাষ্ট্ৰীয় সংগঠন দ্য এল্ডাৰছৰ অধ্যক্ষ আছিল।[3]
ক্ষিপ্ৰ তথ্য ক'ফি আন্নান, জন্ম ...
ক'ফি আন্নান | |
---|---|
২০১২ চনত ক'ফি আন্নান | |
জন্ম | ৮ এপ্ৰিল, ১৯৩৮ কুমাচী, গ'ল্ড কোষ্ট (বৰ্তমানৰ ঘানা) |
মৃত্যু | ১৮ আগষ্ট, ২০১৮ (৮০ বছৰ) বাৰ্ণ, ছুইজাৰলেণ্ড |
দাম্পত্যসঙ্গী |
|
সন্তান | ৩ |
স্বাক্ষৰ | |
বন্ধ কৰক