কচ্ছী ঘোড়ী নৃত্য
From Wikipedia, the free encyclopedia
কচ্ছী ঘোড়ী নৃত্য (ইংৰাজী: Kachchhi Ghodi dance) ৰাজস্থানৰ শ্বেখাৱতী অঞ্চলত উদ্ভৱ হোৱা এক ভাৰতীয় লোক নৃত্য।[1] ই কেৱল ৰাজস্থানতে নহয়, ভাৰতৰ অন্যান্য প্ৰান্ত যেনে মহাৰাষ্ট্ৰ[2], গুজৰাট[3] আদিতো বিখ্যাত। নৃত্যশিল্পীসকলে ঘোঁৰাৰ পোছাক পিন্ধে, আৰু নকল কাজিয়াত অংশগ্ৰহণ কৰে, আনহাতে এজন গায়কে স্থানীয় দস্যুসকলৰ বিষয়ে লোককাহিনী বৰ্ণনা কৰে। ইয়াক সাধাৰণতে বিবাহ অনুষ্ঠানৰ সময়ত দৰাৰ পাৰ্টিক স্বাগতম আৰু মনোৰঞ্জন কৰাৰ বাবে, আৰু অন্যান্য সামাজিক পৰিৱেশত পৰিৱেশন কৰা হয়। এইনৃত্য পৰিৱেশন কৰাটোও কিছুমান ব্যক্তিৰ বাবে এটা বৃত্তি।
ক্ষিপ্ৰ তথ্য কচ্ছী ঘোড়ী নৃত্য, শৈলী ...
কচ্ছী ঘোড়ী নৃত্য | |
---|---|
এজন কচ্চি ঘোড়ী নৃত্যশিল্পী য়ে এটা ঘোঁৰাৰ পোছাক পিন্ধি আছে | |
শৈলী | লোক নৃত্য |
উৎপত্তিমূল | শেখাৱতী, ৰাজস্থান, ভাৰত |
বন্ধ কৰক