কয়লা
From Wikipedia, the free encyclopedia
কয়লা (ইংৰাজী: Coal) হৈছে ভূমিৰ অন্তৰ্ভাগৰ স্তৰত পোৱা দহনশীল এক গেদীয় শিল। ইয়াক মূলতঃ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। মুঠ উৎপাদিত শক্তিৰ ৩৫-৪০% কয়লাৰ পৰা আহে। কয়লা প্ৰধানকৈ কাৰ্বনৰ দ্বাৰা নিৰ্মিত হয় আৰু তাৰ লগতে হাইড্ৰ্'জেন, ছালফাৰ, অক্সিজেন আৰু নাইট্ৰ'জেনও কিছু পৰিমাণে থাকে। বেলেগ বেলেগ প্ৰকাৰৰ কয়লাত কাৰ্বনৰ পৰিমাণো ভিন্ন।
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
ক্ষিপ্ৰ তথ্য অন্যান্য উপাদান ...
গেদীয় শিলা | |
composition=কাৰ্বন | |
অন্যান্য উপাদান | ছালফাৰ, হাইড্ৰ'জেন, অক্সিজেন, নাইট্ৰ'জেন |
---|
বন্ধ কৰক