কস্তুৰবা গান্ধী
From Wikipedia, the free encyclopedia
কস্তুৰবা গান্ধী (ইংৰাজী: Kasturba Gandhi) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী কৰ্মী আছিল৷ তেওঁৰ জন্ম হৈছিল, ১৮৬৯ চনত৷ তেওঁ মহাত্মা গান্ধীৰ পত্নী আছিল৷ কস্তুৰবাৰ স্মৃতিত তেওঁৰ জন্মদিনত ভাৰতত প্ৰতিবছৰে ১১ এপ্ৰিলৰ দিনা “মাতৃত্ব সুৰক্ষা দিৱস’’ পালন কৰা হয়৷[1]
ক্ষিপ্ৰ তথ্য কস্তুৰবা গান্ধী, জন্ম ...
কস্তুৰবা গান্ধী | |
---|---|
জন্ম | ১১ এপ্ৰিল, ১৮৬৯ পোৰবন্দৰ, কঠীয়াৱাৰ এজেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ গুজৰাট, ভাৰত) |
মৃত্যু | ২২ ফেব্ৰুৱাৰী, ১৯৪৪ (৭৪ বছৰ) আগা খান পেলেচ, পূণা, বোম্বে পেলেচ, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ পূণে, মহাৰাষ্ট্ৰ, ভাৰত) |
জনা যায় | মোহনদাস কৰমচান্দ গান্ধী (মহাত্মা গান্ধী)ৰ পত্নী |
ধৰ্ম | হিন্দু |
বন্ধ কৰক