From Wikipedia, the free encyclopedia
কামদা একাদশী হৈছে হিন্দু সকলৰ এক উৎসৱ। চান্দ্ৰ মাহ চৈত্ৰা (মাৰ্চ-এপ্ৰিল) একাদশীত এই উৎসৱ পালন কৰা হয়। নৱবৰ্ষ আৰম্ভৰ পিছত এইটো প্ৰথমটো একাদশী। কামদা নামে সকলো আকাংক্ষা পূৰণ কৰাটো বুজায়।[1]
কামদা একাদশী | |
---|---|
কৃষ্ণ, কামদা একাদশীত কৃষ্ণৰ আৰাধনা কৰা হয়। | |
পালন কৰে | হিন্দু |
প্ৰকাৰ | হিন্দু |
মহত্ব | উপবাসৰ দিন |
আচাৰ | প্ৰাৰ্থনা আৰু ধৰ্মীয় ৰীতি-নীতিৰে বিষ্ণুৰ অৱতাৰ কৃষ্ণৰ পূজা কৰা হয়। |
কামদা একাদশীৰ পুৱা স্নান কৰাৰ পিছত ভক্তসকলে উপবাস ৰাখে। কাষৰ মন্দিৰত কৃষ্ণৰ ৰূপত বিষ্ণুকো অৰ্চনা আগবঢ়োৱা হয়।[1][2]
এই উপবাসৰ ফলস্বৰূপে সকলো মনোকামনাৰ পূৰ্তি হয় বিশ্বাস কৰা হয়। ইয়াৰ ফলত আনকি ব্ৰহ্মহত্যাৰ দৰে পাপো মোচন হোৱাৰ লগতে ভক্তজনৰ লগতে সমগ্ৰ পৰিয়ালটোৱেই অভিশাপৰপৰা মুক্তি পায় বুলি কোৱা হয়।[1][3]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.