কৰ্ণাটক
From Wikipedia, the free encyclopedia
কৰ্ণাটক (কন্নড়: ಕರ್ನಾಟಕ) দক্ষিণ ভাৰতৰ এখন ৰাজ্য। ১৯৫৬ চনৰ ১ নবেম্বৰত ৰাজ্য পুনৰ্গঠন আইনৰ অধীনত এই ৰাজ্য গঠন হয়। ৰাজ্যখনৰ প্ৰাচীন নাম আছিল মহীশূৰ ৰাজ্য। ১৯৭৩ চনত ৰাজ্যখনৰ নাম কৰ্ণাটকলৈ সলনি হয়।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য কৰ্ণাটক Karnataka ಕರ್ನಾಟಕ, দেশ ...
কৰ্ণাটক Karnataka ಕರ್ನಾಟಕ |
|||
---|---|---|---|
— ৰাজ্য — | |||
IN-KA.svgভাৰতৰ মানচিত্ৰত কৰ্ণাটকৰ অৱস্থান | |||
|
|||
ভৌগোলিক স্থানাংক (Bangalore): 12.97°N 77.50°E / 12.97; 77.50 | |||
দেশ | ভাৰত | ||
Region | দক্ষিণ ভাৰত | ||
Formation | ১ নবেম্বৰ ১৯৫৬ | ||
ৰাজধানী চহৰ | বাংগালোৰ (বেংগালুৰু) | ||
Districts | 30 | ||
চৰকাৰ | |||
- পৰিষদ | কৰ্ণাটক চৰকাৰ | ||
- Governor | Vajubhai Vala | ||
- Chief Minister | Siddaramaiah (INC) | ||
- Legislature | Bicameral (224 + 75 seats) | ||
- High Court | Karnataka High Court | ||
মাটিকালি[1] | |||
- মুঠ | ১,৯১,৭৯১ কি.মি.২ (৭৪,০৫০.৯ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | 7th | ||
জনসংখ্যা (২০১১)[2] | |||
- মুঠ | ৬,১১,৩০,৭০৪ জন | ||
- স্থান | ৮thতম | ||
- জনঘনত্ব | ৩১৮.৭ প্ৰতি বৰ্গ কি.মি. (৮২৫.৫ প্ৰতি বৰ্গ মাইল) |
||
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+05:30) | ||
আই এচ অ’ ৩১৬৬ কোড | IN-KA | ||
চৰকাৰী ভাষা | কন্নড়[3][4] | ||
Literacy Rate | 75.60% (16th in states, 23rd if Union Territories are counted)[5] | ||
HDI | 0.519 (medium) | ||
HDI rank | 12th (2011) | ||
ৱেবছাইট | karnataka.gov.in |
বন্ধ কৰক