খোৱাৰ ভাষা
From Wikipedia, the free encyclopedia
খোৱাৰ (کھووار) বা চিত্ৰলী এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ পাকিস্তানৰ চিত্ৰল অঞ্চল আৰু তাৰ ওচৰৰ অঞ্চলসমূহত ব্যৱহাৰ কৰা হয়।[4]
ক্ষিপ্ৰ তথ্য Khowar, থলুৱা অঞ্চল ...
Khowar | |
---|---|
کھووار | |
Khowar written in the Khowar alphabet in Nastaliq style. | |
থলুৱা অঞ্চল | Pakistan |
অঞ্চল | Chitral District |
জাতীয়তা | Chitrali people |
স্থানীয় ভাষিক |
প্ৰায় 800,000 (2021)[1] |
ভাষা পৰিয়াল |
Indo-European
|
লিখন প্ৰণালী | Khowar alphabet (In Nastaliq style.) |
আধিকাৰিক স্থিতি | |
নিয়মাধীন হয় |
Association for the Promotion of Khowar[2] |
ভাষা সংকেত | |
ISO 639-3 | khw |
গ্লোটোলগ | khow1242 [3] |
লিংগোৱাস্ফেয়াৰ | 59-AAB-aa |
Khowar is a minor language of Pakistan which is mainly spoken in Chitral, it is given a space in this map. | |
Areas where Khowar is spoken. |
বন্ধ কৰক
খোৱাৰ চিত্ৰল অঞ্চলৰ মুখ্য ভাষা যি অন্য ভাষা ভাষী লোকেও নিজৰ মাজত কথা পাতিবলৈ ব্যৱহাৰ কৰে।[5] চিত্ৰলৰ উপৰিও এই ভাষা গিলগিট-বালতিস্তানৰ গুপিছ-য়াছিন আৰু ঘিজেৰ জিলাত তথা উজনি স্বাট জিলাত ব্যৱহাৰ কৰা হয়।[6]
খোৱাৰ ভাষী বহুতো লোকে পাকিস্তানৰ মুখ্য মহানগৰ, যেনে পেশ্বাৱাৰ, ইস্লামবাদ, লাহোৰ আৰু কাৰাচী আদিলৈ পৰিভ্ৰমণ কৰিছে। তদুপৰি, কলশ ভাষী লোকেও এই ভাষা প্ৰায় দ্বিতীয় ভাষা হিচাপে ব্যৱহাৰ কৰে।[7]