গুগল ট্ৰান্সলেট
From Wikipedia, the free encyclopedia
গুগল ট্ৰান্সলেট হৈছে এটা ভাষাৰ পৰা আন এটা ভাষালৈ লিখনি ভাঙনি কৰিবলৈ গুগলে সজা এবিধ বিনামূলীয়া বহুভাষিক যান্ত্ৰিক ভাঙনি সেৱা। ই এণ্ড্ৰইড আৰু আই.অ’.এছ.ত মোবাইল এপ আৰু ৱেব আন্তঃপৃষ্ঠ হিচাপে আছে। মে',২০২২ লৈকে গুগল ট্ৰান্সলেটত ১৩৩ টা ভাষা সংযোগ কৰা হৈছে।[3]
ক্ষিপ্ৰ তথ্য গুগল ট্ৰান্সলেট, ইউ আৰ এল ...
গুগল ট্ৰান্সলেট | |
---|---|
soft2i | |
ইউ আৰ এল | translate |
বাণিজ্যক | হয় |
প্ৰকাৰ | সাংখ্যিক আৰু নিউৰেল যান্ত্ৰিক অনুবাদ |
পঞ্জীয়ন | ঐচ্ছিক |
ভাষা | ১৩৩টা ভাষা, তলত চাওক es-us |
পঞ্জীকৃত সদস্য | নিতৌ ৫০০ মিলিয়নতকৈ বেছি মানুহ |
স্বত্বাধিকাৰী | গুগল |
মুকলি | ২৮ এপ্ৰিল ২০০৬; ১৭ বছৰ আগত (2006-04-28) (পৰিসাংখ্যিক যান্ত্ৰিক অনুবাদ হিচাপে)[1] ১৫ নৱেম্বৰ ২০১৬; ৭ বছৰ আগত (2016-11-15) (নিউৰেল যান্ত্ৰিক অনুবাদ হিচাপে)[2] |
বৰ্তমান স্থিতি | সক্ৰিয় |
বন্ধ কৰক