গোপাল কৃষ্ণ গোখলে
From Wikipedia, the free encyclopedia
গোপাল কৃষ্ণ গোখলে (মাৰাঠী: गोपाळ कृष्ण गोखले, ইংৰাজী: Gopal Krishna Gokhale) ভাৰতৰ স্বাধীনতা আন্দোলনৰ আদিযুগৰ এক স্বনামধন্য ৰাজনৈতিক নেতা আৰু এজন বিশিষ্ট সমাজ সংস্কাৰক আছিল। গোখলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীণ নেতা আৰু "চাৰভেণ্টছ অফ ইণ্ডিয়া চছাইটি"ৰ প্ৰতিষ্ঠাপক আছিল। তেখেত গান্ধীজীৰ দৃষ্টিত এজন আদৰ্শ ৰাজনীতিবিদ আছিল। ৰাজনীতিৰ ক্ষেত্ৰত গোখলেৰ নিষ্ঠা, সততা, সাহস আৰু বিনম্ৰতা এই সকলোবোৰ গুণৰ উল্লেখ কৰি গান্ধীজীয়ে প্ৰশংসা কৰিছিল-
Political worker- pure as a crystal, gentle as a lamb, brave as a lion and chivalrous to a fault. It does not matter to me that he may not have been any of these things. It was enough for me that I could discover no fault in him to civil at. He was and remains for me, the most perfect man.
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
গোপাল কৃষ্ণ গোখলে | |
---|---|
জন্ম | ০৯ মে', ১৮৬৬ কথলুক, ৰত্নগিৰি জিলা, মহাৰাষ্ট্ৰ, ভাৰত |
মৃত্যু | ১৯ ফেব্ৰুৱাৰী, ১৯১৫ (৪৮ বছৰ) মুম্বাই, ভাৰত |
সংস্থা | ভাৰতীয় জাতীয় কংগ্ৰেছ, দেক্কান শিক্ষা সমাজ |
ৰাজনৈতিক আন্দোলন | ভাৰতৰ স্বাঘিণতা আন্দোলন |
গান্ধীজীয়ে তেওঁক ৰাজনীতিৰ ক্ষেত্ৰত নিজ গুৰু হিছাপেও বৰণ কৰিছিল[1]।