গ্ৰীক বৰ্ণমালা
From Wikipedia, the free encyclopedia
গ্ৰীক আখৰ গ্ৰীক বৰ্ণমালাৰ ব্যৱহাৰ ন শতিকাৰ শেষৰ ফালে নাইবা আঠ শতিকাৰ আৰম্ভণিত হৈছিল। এই বৰ্ণমালা সমূহ ফিনিসীয়(Phoenician) বৰ্ণমালাৰ পৰা লোৱা হৈছে। বৰ্তমান গ্ৰীক ভাষা লিখিবলৈ ব্যৱহাৰ কৰা ২৪টা গ্ৰীক আখৰ হৈছে[1] -
- Α α আলফা(alpha),
- Β β বিটা(beta),
- Γ γ গামা(gamma),
- Δ δ ডেলটা(delta),
- Ε ε এপছাইলন(epsilon),
- Ζ ζ জিটা(zeta),
- Η η ইটা(eta),
- Θ θ থিটা(theta),
- Ι ι আয়'টা(iota),
- Κ κ কাপ্পা(kappa),
- Λ λ লেমডা(lambda),
- Μ μ মিউ(mu),
- Ν ν নিউ(nu),
- Ξ ξ জাই(ksi),
- Ο ο ওমিক্ৰন(omicron),
- Π π পাই(pi),
- Ρ ρ ৰো(rho),
- Σ σ/ς চিগমা(sigma)
- Τ τ টাও(tau),
- Υ υ আপচিলন(upsilon),
- Φ φ ফাই(phi),
- Χ χ কাই(chi),
- Ψ ψ ছাই(psi), aru
- Ω ω ওমেগা(omega)