চীন
From Wikipedia, the free encyclopedia
এই নিবন্ধটো গণপ্ৰজাতন্ত্ৰী চীন সম্পৰ্কিত। প্ৰজাতন্ত্ৰী চীন সম্পৰ্কিয় নিবন্ধৰ কাৰণে, চাওক টাইৱান।
চীন ,চৰকাৰী ভাৱে গনপ্ৰজাতন্ত্ৰী চীন পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ১৩০ কোটি জনসংখ্যাৰ অধিকাৰী চীন পৃথিবীৰ সবাতোকৈ জনবহুল আৰু আয়তনৰ দিশৰ পৰা এছিয়াৰ সৰ্ববৃহৎ ৰাষ্ট্ৰ। ইয়াৰ আয়তন প্ৰায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান। পৃথিৱীৰ ৩য় বৃহত্তম ৰাষ্ট্ৰ চীনৰ উত্তৰে আছে মঙ্গোলিয়া; উত্তৰ পূবে ৰাছিয়া আৰু উত্তৰে কোৰিয়া; পূবে চীন সাগৰ; দক্ষিণে ভিয়েটনাম, লাওছ, ম্যানমাৰ, ভাৰত, ভূটান, নেপাল; দক্ষিণ পশ্চিম দিশে পাকিস্তান; পশ্চিমে আফগানিস্তান, তাজিকিস্তান, কিৰ্গিজিস্তান আৰু কাজাকিস্তান। এই ১৪খন দেশৰ উপৰিও চীনৰ পূবত পীত সাগৰৰ ওচৰত দক্ষিণ কোৰিয়া আৰু জাপান আছে; দক্ষিণ চীন সাগৰৰ বিপৰীত দিশত আছে ফিলিপাইন।
ক্ষিপ্ৰ তথ্য গণপ্ৰজাতন্ত্ৰী চীন中华人民共和国[a]জংসুৱা ৰেন্মিন গংসেগুৱ, বৃহত্তম নগৰ ...
গণপ্ৰজাতন্ত্ৰী চীন |
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত "March of the Volunteers" 义勇军进行曲 Yìyǒngjūn Jìnxíngqǔ |
||||||
Area controlled by the People's Republic of China shown in dark green; claimed but uncontrolled regions shown in light green.
|
||||||
Note: Although Taipei is shown as one of the cities of the PRC, China does not hold actual sovereignty over Taiwan and its capital Taipei.
|
||||||
ৰাজধানী | বেইজিং[lower-alpha 1] 39°55′N 116°23′E | |||||
বৃহত্তম নগৰ | ছাংহাই[1] | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | মান্য চীনা ভাষা[2][lower-alpha 2] | |||||
স্বীকৃত আঞ্চলিক ভাষাসমূহ |
|
|||||
Official written language | Vernacular Chinese | |||||
Official script | Simplified Chinese[2] | |||||
জনগোষ্ঠীসমূহ |
|
|||||
জাতীয়তাসূচক বিশেষণ | চীনা | |||||
চৰকাৰ | Single-party socialist state | |||||
- | President | ছি জিনপিং[lower-alpha 4] | ||||
- | Premier | Li Keqiang | ||||
- | Congress Chairman | Zhang Dejiang | ||||
- | Conference Chairman | Yu Zhengsheng | ||||
Formation | ||||||
- | Unification of China under the Qin Dynasty | 221 BCE | ||||
- | Republic established | 1 January 1912 | ||||
- | People's Republic proclaimed | 1 October 1949 | ||||
মাটিকালি | ||||||
- | মুঠ | ৯৫,৯৬,৯৬১ বৰ্গ কিমি [lower-alpha 5](3rd/4th) ৩৭,০৫,৪০৭ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ০.২৮%'"`UNIQ--ref-০০০০০০০D-QINU`"' | ||||
জনসংখ্যা | ||||||
- | 2012 আনুমানিক | ১,৩৫,০৬,৯৫,০০০'"`UNIQ--ref-০০০০০০০E-QINU`"' (১st) | ||||
- | ২০১০ লোকপিয়ল | ১,৩৩,৯৭,২৪,৮৫২'"`UNIQ--ref-০০০০০০০F-QINU`"' (১st) | ||||
জিডিপি (পিপিপি) | 2014 আনুমানিক | |||||
- | মুঠ | $14.625 trillion[7] (2nd) | ||||
- | জনমুৰি | $10,695[8] (88th) | ||||
জিডিপি (নামমাত্ৰ) | 2014 আনুমানিক | |||||
- | মুঠ | $10.028 trillion[8] (2nd) | ||||
- | জনমুৰি | $7,333[8] (82nd) | ||||
জিনি সহগ? (2012) | 47.4 | |||||
মানৱ উন্নয়ন সূচক (2013) | 0.719 (91st) | |||||
মুদ্ৰা | Renminbi (yuan)(¥)[lower-alpha 6] (CNY ) |
|||||
সময় অঞ্চল | China Standard Time (ইউটিচি+8) | |||||
তাৰিখ বিন্যাস |
|
|||||
গাড়ী চলোৱা হয় | right[lower-alpha 7] | |||||
ইণ্টাৰনেট টিএলডি |
|
|||||
কলিং ক'ড | ++86 |
বন্ধ কৰক