জী টিভি
ভাৰতীয় মাচুলযুক্ত দূৰদৰ্শন কেন্দ্ৰ / From Wikipedia, the free encyclopedia
জী টিভি (ইংৰাজী: ZEE TV) হৈছে এক হিন্দী ভাষাৰ মনোৰঞ্জন-ধৰ্মী মাচুলযুক্ত টিভি চেনেল। ১৯৯২ চনৰ ২ অক্টোবৰত ভাৰতৰ প্ৰথমটো ব্যক্তিগত টিভি চেনেল হিচাপে ইয়াক উদ্বোধন কৰা হয়।[1][2] এই চেনেলটো জী এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজেছৰ মালিকানাধীন। ১৯৯৫ চনত যুক্তৰাজ্যতো জী টিভিৰ সম্প্ৰচাৰ আৰম্ভ কৰা হয়।[3]
ক্ষিপ্ৰ তথ্য জী টিভি, উদ্বোধন ...
জী টিভি | |
---|---|
উদ্বোধন | ২ অক্টোবৰ ১৯৯২; ৩০ বছৰ পূৰ্বে, (ভাৰত) ১৯৯৫; ২৭ বছৰ পূৰ্বে, (যুক্তৰাজ্য) |
গৰাকী | জী এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজেছ (ছ’নী পিকচাৰ্ছ নেটৱৰ্ক্ছ ইণ্ডিয়াৰ সৈতে একত্ৰিত কৰা হ’ব।) |
দৃশ্য ফৰমেট | 1080i HDTV (SDTV ফীডৰ বাবে লেটাৰবক্স্ড 576i-লৈ ডাউনস্কে’ল কৰা হয়) |
দেশ | ভাৰত |
ভাষা | হিন্দী |
সম্প্ৰচাৰৰ অঞ্চল | বিশ্বজুৰি |
মুখ্য কাৰ্যালয় | মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
ৱেবছাইট | www |
বন্ধ কৰক