জে. এম. কয়েৎজে
From Wikipedia, the free encyclopedia
জন মেক্সৱেল কয়েৎজে (ইংৰাজী: John Maxwell Coetzee) (/kʊtˈsiːə/ kuut-see-ə,[1] বা /kʊtˈsiː/ kuut-see;[2] একাধাৰে ঔপন্যাসিক, নিবন্ধকাৰ, সাহিত্য সমালোচক কয়েৎজেই দুবাৰকৈ বুকাৰ বঁটা আৰু এবাৰ সাহিত্যৰ ন'বেল বঁটা লাভ কৰে। এনে অসামান্য সাহিত্যিক কৃতিত্ব লাভ কৰা ব্যক্তি বৰ্তমানলৈকে এজনেই।
ক্ষিপ্ৰ তথ্য জে. এম. কয়েৎজে, জন্ম ...
জে. এম. কয়েৎজে | |
---|---|
জন্ম | জন মেক্সৱেল কয়েৎজে ৯ ফেব্ৰুৱাৰী, ১৯৪০ (৮৪ বছৰ) কেইপটাউন, দক্ষিণ আফ্ৰিকা |
পেচা | ঔপন্যাসিক, নিবন্ধকাৰ, সাহিত্য সমালোচক |
ভাষা | ইংৰাজী, Afrikaans, ওলন্দাজ |
ৰাষ্ট্ৰীয়তা | দক্ষিণ আফ্ৰিকীয়, অষ্ট্ৰেলীয় |
উল্লেখযোগ্য বঁটা |
|
প্ৰভাবিত হয়
|
বন্ধ কৰক