টেফনূট প্ৰাচীন মিচৰ ধৰ্মৰ আৰ্দ্ৰতা, আৰ্দ্ৰ বায়ু, নিয়ৰ আৰু বৰষুণৰ দেৱী।[1] তেওঁ বায়ুৰ মিচৰীয় দেৱতা শ্বুৰ ভগ্নী তথা পত্নী আৰু গেব আৰু নূটৰ মাতৃ।
ক্ষিপ্ৰ তথ্য টেফনূট, মুখ্য উপাসনাস্থল ...
টেফনূট |
---|
|
মুখ্য উপাসনাস্থল |
হেলিঅ'পলিছ, লেণ্ট'পলিছ |
---|
প্ৰতীক |
সিংহিনী |
---|
সঙ্গী |
শ্বু, গেব |
---|
পিতৃ-মাতৃ |
ৰা বা আটুম |
---|
সহোদৰ |
শ্বু, হেথ'ৰ, মাট, আনহূৰ, ছেখমেট, বাষ্টেট, মেফডেট, ছেটেট |
---|
সন্তান |
গেব আৰু নূট |
বন্ধ কৰক