দীপা মা
From Wikipedia, the free encyclopedia
দীপা মা নামেৰে পৰিচিত ননী বালা বৰুৱা, থেৰাভাদা বৌদ্ধ ধৰ্মৰ এগৰাকী ভাৰতীয় ধ্যান শিক্ষয়িত্ৰী আৰু বৰুৱা বংশৰ সন্তান আছিল। তেওঁৰ জন্ম ২৫ মাৰ্চ ১৯১১ চন আৰু মৃত্যু ১ ছেপ্টেম্বৰ ১৯৮৯ চন।[4] তেওঁ এছিয়াৰ এগৰাকী বিশিষ্ট বৌদ্ধ শিক্ষা গুৰু আছিল আৰু আমেৰিকাতো এই শিক্ষা দান কৰিছিল য'ত তেওঁ “বিপাসনা আন্দোলন’’ৰ আমেৰিকান শাখাক প্ৰভাৱিত কৰিছিল।[5]
ক্ষিপ্ৰ তথ্য জন্ম, মৃত্যু ...
মাছাচুছেটচ বাৰেত ১৯৮০ চনত দীপা মা | |
জন্ম | ননী বালা বৰুৱা ২৫ মাৰ্চ, ১৯১১ |
---|---|
মৃত্যু | ০১ ছেপ্টেম্বৰ, ১৯৮৯ (৭৮ বছৰ) |
বন্ধ কৰক