দ্য কিংডম অব গড ইজ ৱিদিন ইউ
From Wikipedia, the free encyclopedia
দ্য কিংডম অব গড ইজ ৱিদিন ইউ (ইংৰাজী: The Kingdom of God Is Within You) হৈছে লীঅ' টলষ্টয়ৰ দ্বাৰা ৰচিত এখন দৰ্শন সম্বন্ধীয় প্ৰবন্ধৰ সংকলন। এক আৰ্ভাৱিক চিকিৎসা, ৰাছিয়াৰ গৃহ দেশত নিষিদ্ধ হোৱাৰ পিছত ১৮৯৪ চনত জাৰ্মানীত কিতাপখন প্ৰথম প্ৰকাশিত হয়।[1] ই হৈছে টষ্টলয়ৰ চিন্তাৰ ত্ৰিশ বছৰৰ সমাপ্তি, আৰু সৰ্বজনীন প্ৰেমৰ ওপৰত গুৰুত্ব দি খ্ৰীষ্টান সকলৰ ব্যাখ্যাৰ ওপৰত আধাৰিত কৰি সমাজৰ বাবে এটা নতুন সংগঠনৰ আৰ্হি দেখুৱায়।
ক্ষিপ্ৰ তথ্য দ্য কিংডম অব গড ইজ ৱিদিন ইউ, লেখক ...
দ্য কিংডম অব গড ইজ ৱিদিন ইউ | |
---|---|
দ্য কিংডম অব গড ইজ ৱিদিন ইউৰ প্ৰকাশিত প্ৰথম ইংৰাজী সংখ্যা | |
লেখক | লীঅ' টলষ্টয় |
শিৰোনাম | Царство Божіе внутри васъ |
দেশ | ৰাছিয়া (লিখিত)/জাৰ্মানী (প্ৰথম প্ৰকাশিত) |
ভাষা | ৰুছ ভাষা |
বিষয় | খ্ৰীষ্টান ধৰ্মমূলক, দৰ্শন, নৈৰাজ্যবাদ |
মিডিয়া প্ৰকাৰ | Hardcover, Paperback |
পৃষ্ঠা সংখ্যা | ৩৩৫ পৃষ্ঠা (১৯৭২ সংখ্যা, পকাবন্ধা) |
আই.এচ.বি.এন. | 1603863826 |
বন্ধ কৰক
দ্য কিংডম অব গড ইজ ৱিদিন ইউ হৈছে অহিংসা অথবা অহিংস প্ৰতিৰোধ, আৰু খ্ৰীষ্টান নৈৰষ্টাক আন্দোলনৰ টলষ্টয়ন প্ৰব্ৰজনকাৰীৰ বাবে এক মুখ্য পাঠ।[2]