![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/8b/Naga_jolokia_chili.jpg/640px-Naga_jolokia_chili.jpg&w=640&q=50)
নাগা মৰিচ
From Wikipedia, the free encyclopedia
নগা মৰিচ বা নাগা মৰিচ হৈছে ভোট জলকীয়াৰ ওচৰ সম্বন্ধীয় এক প্ৰকাৰৰ উত্তৰ-পূব ভাৰতত উৎপাদিত জলকীয়া। ই এক প্ৰকাৰৰ অতি জ্বলা জলকীয়াৰ অন্যতম।
ক্ষিপ্ৰ তথ্য নগা মৰিচ, প্ৰজাতি ...
নগা মৰিচ | |
---|---|
![]() | |
প্ৰজাতি | C. chinense, C. frutescens |
উৎস | বাংলাদেশ উত্তৰ-পূব ভাৰত |
জলা | ![]() |
স্কোভিল স্কেল | 1,000,000[1] to 1,598,227[2] SHU |
বন্ধ কৰক