নৰা বগৰী
ফলৰ গছৰ প্ৰকাৰ, বা ইয়াৰ ফল / From Wikipedia, the free encyclopedia
{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Prunus|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}
নৰা বগৰী | |
---|---|
নৰা বগৰীৰ ফুল, ফল, বীজ আৰু পত্ৰ | |
ফলৰ ভিতৰৰ অংশ | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Prunus |
প্ৰজাতি: | P. persica |
দ্বৈৰাশিক নামকৰণ | |
Prunus persica (L.) Batsch 1801 not Stokes 1812 nor (L.) Siebold & Zucc. 1845[1] | |
সমাৰ্থক[2] | |
Synonymy
|
নৰা বগৰী (ইংৰাজী: peach, বৈজ্ঞানিক নাম: Prunus persica) এবিধ পৰ্ণপাতী উদ্ভিদ। পূব চীনৰ ঝেজিয়াং প্ৰদেশত পোনপ্ৰথমবাৰৰ বাবে এইবিধ গছৰ ঘৰচীয়াকৰণ কৰা হৈছিল।[3] নৰা বগৰীৰ ফলসমূহ খাদ্য হিচাপে গ্ৰহণ কৰা হয়।
persica নামটোৱে পাৰ্ছিয়া অৰ্থাৎ বৰ্তমানৰ ইৰাণত ফলবিধৰ ব্যপক পৰিসৰৰ খেতিক সূচায়। সেই ঠাইৰপৰা ইয়াক ইউৰোপলৈ নিয়া হৈছিল। ই Rosaceae পৰিয়ালৰ Prunus গণৰ অন্তৰ্গত য'ত চেৰীফল, এপ্ৰিকোট, আলমণ্ড আৰু প্লাম অন্তৰ্ভুক্ত।[4] আলমণ্ডৰ সৈতে নৰা বগৰীৰ শাহটোৰ সোৱাদৰ সাদৃশ্য আছে।[5]
নৰা বগৰীৰ 'নেকট্ৰাইন' (আহোম বগৰী) বোলা এটা ভিন্ন প্ৰকাৰো পোৱা যায়। বাণিজ্যিকভাৱে দুয়োবিধ ভিন্ন ফল হ'লেও ইহঁত একেই প্ৰজাতিৰ। ইহঁতৰ মূল পাৰ্থক্যটো হৈছে যে নৰা বগৰীৰ গাত সৰু সৰু শুং থাকে। আনহাতে আহোম বগৰী নিমজ। MYB25 নামৰ জিনৰ উৎপৰিৱৰ্তন বা মিউটেচনৰ বাবে এই পাৰ্থক্য দেখা যায়।[6][7] সেয়ে অসমৰ অঞ্চলভেদে দুয়োবিধৰ নামক লৈ দ্বিমত আছে।
২০১৮ চনত চীনদেশে অকলেই বিশ্বৰ নৰা বগৰী আৰু আহোম বগৰীৰ মুঠ ৬২% উৎপাদন কৰিছিল।[8]