পুৰকুইল
From Wikipedia, the free encyclopedia
পুৰকুইল বাংলাদেশৰ পূব-কেন্দ্ৰীয় অংশৰ এখন গাঁও। ই বাংলাদেশৰ চিটাগাং বিভাগৰ ব্ৰাহ্মণবাড়িয়া জিলাৰ কছবা উপজিলাৰ মেহাৰী ইউনিয়নৰ অন্তৰ্গত।[2]
ক্ষিপ্ৰ তথ্য পুৰকুইল, ৰাষ্ট্ৰ ...
পুৰকুইল | |
---|---|
— বাংলাদেশৰ গাঁও — | |
ভৌগোলিক স্থানাংক: 23.780757°N 91.083451°E / 23.780757; 91.083451 | |
ৰাষ্ট্ৰ | বাংলাদেশ |
বিভাগ | চট্টগ্ৰাম (চিটাগাং) |
জিলা | ব্ৰাহ্মণবাৰিয়া |
উপজিলা | কছবা (কসবা) |
ইউনিয়ন | ২ নং মেহাৰী |
ৱাৰ্ড | ৮ নং |
চৰকাৰ | |
- প্ৰকাৰ | স্থানীয় চৰকাৰ |
- পৰিষদ | ইউনিয়ন পৰিষদ |
- ইউনিয়নৰ অধ্যক্ষ | আলম মিয়া[1] |
- ৱাৰ্ড সদস্য | জুৱেল মিয়া [1] |
জনসংখ্যা | |
- মুঠ | ৬৫০ জন |
সময় অঞ্চল | বাংলাদেশ সময় (গ্ৰী.মা.স.+06:00) |
ডাক কোড | 3460 |
বন্ধ কৰক