পেৰালিম্পিকত ভাৰত
From Wikipedia, the free encyclopedia
ভাৰতে ১৯৬৮ চনৰ পোনপ্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন পেৰালিম্পিকত অংশগ্ৰহণ কৰিছিল, আৰু তাৰ পাছত ১৯৭২ চনত পুনৰ অংশগ্ৰহণ কৰিছিল। পিছে তাৰ পাছত ১৯৮৪ চনলৈকে অংশগ্ৰহণ কৰা নাছিল। তেতিয়াৰ পাছৰে পৰা ভাৰতে প্ৰতিখন গ্ৰীষ্মকালীন পেৰালিম্পিকত অংশগ্ৰহণ কৰিছে। ভাৰতে কেতিয়াও শীতকালীন পেৰালিম্পিক গেমছত অংশগ্ৰহণ কৰা নাই।[1]
ক্ষিপ্ৰ তথ্য পেৰালিম্পিকত ভাৰত ...
পেৰালিম্পিকত ভাৰত | |
---|---|
|
বন্ধ কৰক