![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f7/Prajakta_Koli%252C_March_31%252C_2018.jpg/640px-Prajakta_Koli%252C_March_31%252C_2018.jpg&w=640&q=50)
প্ৰাজক্তা কলি
ভাৰতীয় ইউটিউবাৰ / From Wikipedia, the free encyclopedia
প্ৰাজক্তা কলি (ইংৰাজী: Prajakta Koli) হৈছে এগৰাকী ভাৰতীয় ইউটিউবাৰ৷ হাস্যৰসাত্মক ভিডিঅ' নিৰ্মাণৰ জৰিয়তে তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছে৷[1] ইউটিউবৰ জগতত প্ৰাজক্তা কলি ম'ষ্টলি ছেইন (MostlySane) হিচাপে পৰিচিত৷ দৈনন্দিন জীৱনৰ বিভিন্ন পৰিস্থিতিৰ আধাৰত পৰ্যবেক্ষণভিত্তিক ৰসাত্মক ভিডিঅ' নিৰ্মাণত তেখেতে গুৰুত্ব দি আহিছে৷ [2]
ক্ষিপ্ৰ তথ্য প্ৰাজক্তা কলি Prajakta Koli, ব্যক্তিগত তথ্য ...
প্ৰাজক্তা কলি Prajakta Koli | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
![]() ২০১৮ চনত প্ৰাজক্তা কলি | ||||||||||
ব্যক্তিগত তথ্য | ||||||||||
জাতীয়তা | ভাৰতীয় | |||||||||
জীৱিকা | ইউটিউবাৰ, ব্লগাৰ | |||||||||
ৱেবপৃষ্ঠা | mostlysane | |||||||||
ইউটিউবৰ তথ্য | ||||||||||
চেনেল | ||||||||||
সক্ৰিয় হৈ থকা সময় | ২০১৫–বৰ্তমানলৈকে | |||||||||
প্ৰকাৰ | হাস্যৰসাত্মক (কমেডি) | |||||||||
চাবস্ক্ৰাইবাৰৰ সংখ্যা | ৫.৫২ মিলিয়ন (২৩ জুলাই ২০২০) | |||||||||
সৰ্বমুঠ দৰ্শন | ৭২২.৭৮ মিলিয়ন (২৩ জুলাই ২০২০) | |||||||||
নেটৱৰ্ক | ওৱান ডিজিটেল এণ্টাৰটেইনমেণ্ট | |||||||||
| ||||||||||
July 2020-ৰ তথ্য |
বন্ধ কৰক