বগেজাৰী গীত
একপ্ৰকাৰৰ গীত। / From Wikipedia, the free encyclopedia
বগেজাৰী গীত হৈছে পাতি ৰাভাসকলৰ মাজত প্ৰচলিত এক প্ৰকাৰৰ গীত। পুৰণি কামৰূপ জিলাৰ (বৰ্তমান দক্ষিণ কামৰূপ) ঔগুৰি, বামুনীগাওঁ, বকো, বনগাওঁ আৰু বগে ৰাজ্যত ৰচিত হৈছিল বগেজাৰী গীত।[1]
এই প্ৰবন্ধ বা অংশটো সম্ভৱত কোনো কিতাপ নাইবা ৱেবছাইটৰ পৰা প্ৰতিলিপি কৰা হৈছে, যিটোৱে ৱিকিপিডিয়া কপিৰাইট নীতি উলংঙ্ঘা কৰা সূচাইছে। অনুগ্ৰহ কৰি এইটো পৰিষ্কাৰ অথবা প্ৰবন্ধটোৰ প্ৰতিলিপি কৰা তথ্য সম্পাদনা কৰি অ-মুক্ত কপিৰাইটযুক্ত সমলসমূহ আঁতৰ অথবা বিলোপ জাননী প্ৰদান কৰি ৱিকিপিডিয়াক সহায় কৰক। |