বাগদাদ
ইৰাকৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ / From Wikipedia, the free encyclopedia
বাগদাদ হৈছে ইৰাকৰ ৰাজধানী। ২০১১ চনত ইয়াৰ জনসংখ্যা আছিল প্ৰায় ৭২,১৬,০৪০ জন, সেই অনুসৰি ই ইৰাকৰ সৰ্বাধিক জনবহুল নগৰ, আৰৱ বিশ্বৰ দ্বিতীয় সৰ্বাধিক (কাইৰো আৰু ইজিপ্তৰ পিছত) আৰু ইৰাণ আৰু তেহৰাণৰ পিছত এছিয়াৰো দ্বিতীয় সৰ্বাধিক জনবহুল নগৰ। বাগদাদ নগৰ খন টাইগ্ৰীছ নদীৰ তীৰত অৱস্থিত। ই ইছলামিক বিশ্বৰ এখন অতি সাংস্কৃতিক, ব্যৱসায়িক আৰু শৈক্ষিকভাৱে গুৰুত্বপূৰ্ণ কেন্দ্ৰ। হাউছ অৱ ৱিজড'ম (House of Wisdom) ৰ দৰে বহুকেইখন উন্নত শিক্ষা প্ৰতিষ্ঠানেৰে সৈতে বিশ্বজুৰি "শিক্ষাৰ কেন্দ্ৰ" হিচাপে বাগদাদৰ এটা ভাল নাম আছে। আনুমানিক প্ৰায় ১২ লাখ জনসংখ্যাৰে সৈতে নগৰ খনক মধ্য যুগৰ পৃথিৱীৰ আটাইতকৈ জনবহুল নগৰ বুলি বিবেচনা কৰা হৈছিল। ১২৫৮ চনত মোগল সাম্ৰাজ্যৰ দ্বাৰা নগৰ খন ধংশ কৰা হৈছিল।
ক্ষিপ্ৰ তথ্য বাগদাদ بغدادবাগ়দাদ, Country ...
বাগদাদ بغداد বাগ়দাদ |
|
---|---|
ভৌগোলিক স্থানাংক: 33°20′N 44°26′E | |
Country | ইৰাক |
Governorate | Baghdad |
Established | 762 AD |
প্ৰতিষ্ঠাপক | আবু যাফাৰ আল-মানচুৰ |
চৰকাৰ | |
- প্ৰকাৰ | Mayor–council |
- পৰিষদ | Baghad City Advisory Council |
- Mayor | জেৰক্ৰা আলৱাচ্ছ |
মাটিকালি | |
- মুঠ | ২০৪.২ কি.মি.২ (৭৮.৮ বৰ্গ মাইল) |
উচ্চতা | ৩৪ মিটাৰ (১১১.৫৫ ফুট) |
জনসংখ্যা | |
- আনুমানিক (২০১১) | ৭২,১৬,০৪০ জন |
- স্থান | ১তম |
বিশেষণ | Baghdadi |
সময় অঞ্চল | আৰৱীয় মান সময় (গ্ৰী.মা.স.+3) |
- গ্ৰীষ্ম (দি স স) | No DST (গ্ৰী.মা.স.) |
ডাক নম্বৰ | ১০০০১ - ১০০৯০ |
ৱেবছাইট | www |
বন্ধ কৰক