বাৰ্তা:প্ৰিয়ংকা চোপ্ৰা
From Wikipedia, the free encyclopedia
"চমকপ্রদ সাফল্য" অনুচ্ছেদটোৰ নামটো সলাই দিলে কেনে হয়? কাৰণ "সাফল্য" শব্দটো তুলনামূলক। প্রভাকৰ শৰ্মা নেওগ (talk) 14:11, 12 অক্টোবৰ 2012 (UTC)
অধিক তথ্য এই পৃষ্ঠাখন প্ৰিয়ংকা চোপ্ৰা-ৰ আলোচনাৰ বাবে আলোচনা পৃষ্ঠা ...
এই পৃষ্ঠাখন প্ৰিয়ংকা চোপ্ৰা-ৰ আলোচনাৰ বাবে আলোচনা পৃষ্ঠা | |||
---|---|---|---|
|
|
বন্ধ কৰক
উল্লেখযোগ্য সাফল্য দিব পাৰি নেকি ?
আৰু মই ইয়াত উক্তি সমূহ ইংৰাজীতো লিখি দিছো....অকল অসমীয়াটো ৰাখিলে অৰ্ধসমাপ্ত টেগ টো গুচাব পৰা যাব? নে কি কৰিব লাগিব?
Nayanjyoti sarma (talk) 11:58, 29 জানুৱাৰী 2013 (UTC)
- উক্তিবোৰ ইংৰাজীতেই দিয়াৰ বাবে প্ৰবন্ধটোত ইংৰাজী শব্দ অধিক সোমাই পৰিছে| উক্তিবোৰ অনুবাদ কৰিলে ভাল হ’ব বোধহয়| তাৰ পাছত এবাৰ প্ৰবন্ধৰ বানান, দাৰি, ক’মা, লিংক আদিবোৰ চাই সন্মূখৰ টেগ আতৰাব পাৰিবা| লগতে ভাল প্ৰবন্ধ হিচাপে মনোনীত কৰিব পাৰিবা যেনো পাইছো| বিষ্ণু শইকীয়া⇒✉ 14:33, 30 জানুৱাৰী 2013 (UTC)
ভাল প্রবন্ধ নহলেও ইয়াক উত্কৃষ্ট কৰিব খোঁজো। ড্রীম গার্লৰ বিষয়ে ড্রীম আর্টিকল যে :P Nayanjyoti sarma (talk) 14:44, 30 জানুৱাৰী 2013 (UTC)
- ঠিক আছে | চেষ্টা কৰছোন| বিষ্ণু শইকীয়া⇒✉ 14:53, 30 জানুৱাৰী 2013 (UTC)