![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/d3/Chakma_Dancers%252C_Indigenous_People%2527s_Day%252C_2014%252C_Dhaka%252C_Bangladesh_%25C2%25A9_Biplob_Rahman.jpg/640px-Chakma_Dancers%252C_Indigenous_People%2527s_Day%252C_2014%252C_Dhaka%252C_Bangladesh_%25C2%25A9_Biplob_Rahman.jpg&w=640&q=50)
বিঝু নৃত্য
From Wikipedia, the free encyclopedia
বিঝু নৃত্য (ইংৰাজী: Bizhu dance) ভাৰত আৰু বাংলাদেশৰ চাকমা জনগোষ্ঠীৰ লোকসকলৰ পাৰম্পৰিক লোকনৃত্য। এই নৃত্য চাকমা লোকসকলে তেওঁলোকৰ নতুন বছৰত পালন কৰা বিঝু উৎসৱৰ সময়ত পৰিৱেশন কৰে। বিঝু ত্ৰিপুৰাৰ অন্যতম পৰম্পৰাগত নৃত্য।
ক্ষিপ্ৰ তথ্য বিঝু নৃত্য, শৈলী ...
বিঝু নৃত্য | |
---|---|
![]() চাকমা নৃত্যশিল্পী | |
শৈলী | লোকনৃত্য |
উৎপত্তিমূল | ত্ৰিপুৰা |
বন্ধ কৰক