বিধান চন্দ্ৰ ৰয়
পশ্চিম বংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী / From Wikipedia, the free encyclopedia
বিধান চন্দ্ৰ ৰয় (ইংৰাজী: Bidhan Chandra Roy; ১৮৮২ – ১৯৬২) পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী আছিল। এই পদত তেখেত ১৯৪৮ চনৰ পৰা ১৯৬২ চনত মৃত্যু পৰ্যন্ত আছিল। এই সময়ছোৱাত নৱগঠিত পশ্চিমবংগ ৰাজ্যৰ প্ৰভুত উন্নতি হোৱা বাবে তেখেতক পশ্চিমবংগৰ ৰূপকাৰ বুলি অভিহিত কৰা হয়। পেচাত এগৰাকী চিকিৎসক ৰয়ে আইন অমান্য আন্দোলনত অংশ গ্ৰহণ কৰিছিল।[1] তেখেতক ১৯৬১ চনৰ ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। তেখেতৰ মৃত্যুৰ পাছত সন্মানাৰ্থে কলকাতাৰ উপনগৰী ছল্টলে'কক 'বিধাননগৰ' নাম দিয়া হয়। তেখেতৰ জন্ম আৰু মৃত্যুৰ দিন ১ জুলাইক ভাৰতত চিকিৎসক দিৱস ৰূপে পালন কৰা হয়।
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
বিধান চন্দ্ৰ ৰয় | |
---|---|
পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ১৪ জানুৱাৰী ১৯৪৮ – ১ জুলাই ১৯৬২ | |
পূৰ্বসূৰী | প্ৰফুল্ল চন্দ্ৰ ঘোচ |
উত্তৰসূৰী | প্ৰফুল্ল চন্দ্ৰ সেন |
ব্যক্তিগত তথ্য | |
জন্ম | ১ জুলাই, ১৮৮২ বঙ্কিপুৰ, পাটনা, বিহাৰ |
মৃত্যু | ১ জুলাই, ১৯৬২ (৮০ বছৰ) কলকাতা, পশ্চিমবংগ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
বাসস্থান | কলকাতা, পশ্চিমবংগ, ভাৰত |
শিক্ষানুষ্ঠান | প্ৰেছিডেঞ্চি কলেজ, কলিকতা পাটনা কলেজ এম.আৰ.চি.পি. এফ.আৰ.চি.এচ. |
জীৱিকা | ভেষজ বিদ, স্বাধীনতা যুঁজাৰু, ৰাজনীতিবিদ |