বেক্টেৰিয়া
এবিধ সৰল আৰু অতি ক্ষুদ্ৰ এককোষী জীৱ / From Wikipedia, the free encyclopedia
বেক্টেৰিয়া (ইংৰাজী: Bacteria) এবিধ সৰল আৰু অতি ক্ষুদ্ৰ এককোষী জীৱ। এণ্টন ফন লিউৱেনহ'ক(Anton von Leeuwenhoek,1676) নামৰ এজন ওলন্দাজ বিজ্ঞানীয়ে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পোনপ্ৰথমে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ অস্তিত্ব পায়। বিজ্ঞানী এহৰনবাৰ্গ(Ehrenberg,1828)-এ এই জীৱবোৰক "বেক্টেৰিয়া" নাম দিয়ে। পৰৱৰ্তী সময়ত ফৰাচী বিজ্ঞানী লুই পাস্তৰ (Louis Pasteur,1822-1895) আৰু জাৰ্মান বিজ্ঞানী ৰবাৰ্ট কক (Robert Koch,1863-1910) এ নানা পৰীক্ষা-নিৰীক্ষাৰ সহায়ত প্ৰমাণ কৰে যে,উদ্ভিদ আৰু প্ৰাণীৰ বিভিন্ন ৰোগৰ কাৰণ হ'ল বেক্টেৰিয়া। ফৰাচী সেনাবাহিনীৰ শল্য চিকিৎসক ছেডিলট (Sedillot,1878 ) এ বেক্টেৰিয়াক অণুজীৱ বা মাইক্ৰ'বছ (microbes) আখ্যা দিয়ে। [2]।
Bacteria জীৱাশ্ম কাল: সাঁচ:Long fossil range | |
---|---|
Scanning electron micrograph of Escherichia coli bacilli | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Bacteria |
Phyla[1] | |
Actinobacteria (high-G+C)
Aquificae
Acidobacteria |