বৰাহগিৰি ভেংকট গিৰি
ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি / From Wikipedia, the free encyclopedia
'বৰাহগিৰি বেংকটগিৰি (ইংৰাজী: Varahagiri Venkata Giri) (১৮৯৪-১৯৮০) ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি আছিল। তেওঁ বিভিন্ন ৰাজ্যত ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল। তেওঁ ১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহন কৰে। তেওঁ জৱাৰহৰলাল নেহেৰু মন্ত্ৰীসভাৰ শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী আছিল। শ্ৰীলঙ্কাত ভাৰত হাইকমিচনাৰ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু অখিল ভাৰতী ট্ৰেড ইউনিয়ন কংগ্ৰেছৰো অধ্যক্ষ আছিল। স্বাধীনাত সংগ্ৰামৰ এগৰাকী মুক্তি যুঁজাৰু আছিল। ১৯৭৫ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰত-ৰত্ন উপাধি প্ৰদান কৰে।[1]
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
বৰাহগিৰি ভেংকট গিৰি | |
---|---|
চতুৰ্থ ভাৰতৰ ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ২৪ আগষ্ট ১৯৬৯ – ২৪ আগষ্ট ১৯৭৪ | |
প্ৰধানমন্ত্ৰী | ইন্দিৰা গান্ধী |
উপ ৰাষ্ট্ৰপতি | গোপাল স্বৰূপ পাঠক |
পূৰ্বসূৰী | মহম্মদ হিদায়েতুল্লা (Acting) |
উত্তৰসূৰী | ফখৰুদ্দিন আলি আহমেদ |
ভাৰতৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ৩ মে ১৯৬৯ – ২০ জুলাই ১৯৬৯ | |
প্ৰধানমন্ত্ৰী | ইন্দিৰা গান্ধী |
পূৰ্বসূৰী | জাকিৰ হুচেইন |
উত্তৰসূৰী | মহম্মদ হিদায়েতুল্লা (Acting) |
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ১৩ মে ১৯৬৭ – ৩ মে ১৯৬৯ | |
ৰাষ্ট্ৰপতি | জাকিৰ হুচেইন |
পূৰ্বসূৰী | জাকিৰ হুচেইন |
উত্তৰসূৰী | গোপাল স্বৰূপ পাঠক |
কৰ্ণাটকৰ ৰাজ্যপাল | |
কাৰ্যকাল ২ এপ্ৰিল ১৯৬৫ – ১৩ মে ১৯৬৭ | |
মুখ্যমন্ত্ৰী | এচ নিজলিংগাপ্পা |
পূৰ্বসূৰী | Satyawant Mallannah Shrinagesh |
উত্তৰসূৰী | Gopal Swarup Pathak |
Governor of Kerala | |
কাৰ্যকাল 1 July 1960 – 2 April 1965 | |
Chief Minister | Pattom Thanu Pillai R. Sankar |
পূৰ্বসূৰী | Burgula Ramakrishna Rao |
উত্তৰসূৰী | Ajit Prasad Jain |
Governor of Uttar Pradesh | |
কাৰ্যকাল 10 June 1956 – 30 June 1960 | |
Chief Minister | Sampurnanand |
পূৰ্বসূৰী | Kanhaiyalal Maneklal Munshi |
উত্তৰসূৰী | Burgula Ramakrishna Rao |
ব্যক্তিগত তথ্য | |
জন্ম | ১০ আগষ্ট, ১৮৯৪ Berhampur, British Raj (now India) |
মৃত্যু | ২৩ জুন, ১৯৮০ (৮৫ বছৰ) Madras, India |
ৰাজনৈতিক দল | Indian National Congress (1916–present) |
আন ৰাজনৈতিক সম্পৰ্ক |
Sinn Féin (Before 1916) |
দাম্পত্যসঙ্গী | Saraswati Bai |
শিক্ষানুষ্ঠান | University College Dublin |
স্বাক্ষৰ |