ভাপ ইঞ্জিন
From Wikipedia, the free encyclopedia
ভাপ ইঞ্জিনহৈছে এবিধ তাপ ইঞ্জিন যিয়ে ভাপক কাৰ্যকাৰী তৰল হিচাপে ব্যৱহাৰ কৰি(Working fluid) যান্ত্ৰিক কাৰ্য কৰে । প্ৰায় ২000 বছৰৰ আগতেই গৰম পানীৰ ভাপৰ সহায়ত বিভিন্ন গতি সৃষ্টি কৰিছিল যদিও ব্যৱহাৰযোগ্য কোনো সজুঁলি পোৱা নাযায় । ১৬০৬ চনত স্পেনিছ উদ্ভাৱক জিৰ'নিম' দি আয়ানজ্ বুমণ্টে(Jerónimo de Ayanz y Beaumont) প্ৰথম ভাপ ইঞ্জিনৰ পেটেণ্ট কৰিছিল ।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |